অ-কথাবোৰ কবিতাৰে

তপন পায়েং
0

 

কবিতা দিৱস

আছে কিছুমান কথা, যিবোৰ কথা সকলোকে ক’ব পৰা নাযায়। যিবোৰ কথা সকলোকে শুনাব পৰা নাযায়।কথাবোৰ ক’বলৈ ,কথাবোৰ পৰোক্ষভাবে শুনাবলৈ এটাই মাধ্যম কবিতা। কবিতাৰ জৰিয়তে কিছু কথা ক’ব পৰা যায়। সাহসবোৰ ইয়াতে সোমাই এটা কাব্যিক ৰূপত। মা-দেউতাক ক’ব নোৱাৰা কথা,ভাই-ভনীক কব নোৱাৰা ইত্যাদি ইত্যাদি সজস্ৰ কথা।

 কবি সকলে যিবোৰ কথা মুকলিকৈ ক’ব নোৱাৰে তেওঁলোকে কবিতাৰ দ্বাৰা ক’য়। অৱশ্যে তাত সাহিত্য থকাৰ বাবে সাধাৰণতকৈ জঠিল হ’য়। কেতিয়াবা শুনিবছোন ,এই কবিৰ অ-কথা যত তেওঁলোকৰ সপোনবোৰ কবিতা আকাৰত লিখা থাকে। যত ফুটি উঠে ,মনৰ কথা ,ভালপোৱাৰ কথা,ভাল নোপোৱাৰ কথা। মাথোঁ লাগে নিৰৱতাৰ এজন বা এজনী শুনোতা,কথা বহুতো ওলাব কবিতা কবিতা হয়॥ মই আগতেও কৈছোঁ-কবিতা মনৰ শান্তি প্ৰসাদ।এই কবিৰ কবিতা পঢ়িলেই গম পোৱা যায় তেওঁলোকৰ সাৰমৰ্ম কথা॥

-কাৰ্চাং তাকাৰ

শিতান

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)
3/related/default