ফটো

 

'কাৰ্চাং তাকাৰ অসমীয়া': মোৰ শব্দৰ পৃথিৱীখনলৈ আপোনাক স্বাগতম

প্ৰতিজন মানুহৰে নিজাকৈ এখন পৃথিৱী থাকে, য’ত তেওঁ নিজৰ দৰে জীয়াই থাকিবলৈ ভাল পায়। মোৰ বাবে সেই পৃথিৱীখন হ’ল— শব্দ। 'কাৰ্চাং তাকাৰ অসমীয়া' কেৱল এটা ব্লগিং চাইট নহয়, ই মোৰ হিয়াৰ আমঠু, মোৰ চিন্তাৰ দাপোণ আৰু মোৰ সৃষ্টিশীল সত্তাৰ এক মুকলি আকাশ।

অসমীয়া ভাষাৰ প্ৰতি থকা মোৰ যি নিবিড় টান, সেই টানক এক স্থায়িত্ব দিবলৈকে এই ডিজিটেল মঞ্চখনৰ জন্ম। ইয়াত মোৰ কলমৰ পৰা নিগৰা প্ৰতিটো আখৰেই মোৰ জীৱনৰ কোনোবা নহয় কোনোবা এটা মুহূৰ্তৰ প্ৰতিফলন।


দীৰ্ঘ ন বছৰৰ অন্তৰালত পুনৰ ছাৰৰ সান্নিধ্য লাভ কৰিলোঁ। মোৰ 'এদিনৰ বাটেৰে মাজুলীলৈ' শীৰ্ষক ৰচনাটি পঢ়ি ছাৰে প্ৰশংসা কৰাত মনটো অপাৰ আনন্দৰে ভৰি পৰিল


Impact Career Tutorials
লখিমপুৰত থকা Impact Career Tutorial's কাম কৰি থকাৰ মূহুৰ্ত

বা মহীভাৱক আন্দোলন, ভূমিকম্প নাইবা আজনিত লঘু প্রকৃতিৰ স্থানীয় আন্দোলন আৰু অনুভূমিক ভাৱে হোৱা ফলক বিবর্তন (horizontal plate tectonics) বা গতি। চ্যুতিৰ সৃষ্টি (faulting), ভংগিলীকৰণ (folding), পুনর্নবন (rejuvenation) আদি লঘু প্রকৃতিৰ ভূ-আন্দোলন। এই সমগ্র প্রক্রিয়াবোৰে চাপ, তাপ আৰু আয়তন বা ঘনমান আবিষ্ট (induce) কৰি শিলাৰ ৰূপান্তৰীভবনত সহায় কৰে।  ভূ-আন্দোলন কার্যৰ ফলত ভূ-পৃষ্ঠত সাধিত হোৱা পৰিৱর্তন, কালৰ দৈর্ঘ্যৰ ভিত্তিত দুটা ভাগত ভগাব পাবি। এভাগ দ্রুত আৰু আনভাগ মন্থব আন্দোলন। উদাহৰণ স্বৰূপে ভূমিকম্পৰ ফলত হঠাৎ এটা অঞ্চল তললৈ বহি যোৱাটো দ্রুত আন্দোলন আৰু কেইবা নিযুত বছৰৰ মূৰত পৰ্বত এখন সৃষ্টি হোৱাটো মন্থৰ আন্দোলনৰ ফল।  ভূ-আন্দোলনৰ লগত দুবিধ শক্তি বা বল (force) জড়িত হৈ আছে। অর্থাৎ দুবিধ বলৰ প্রভাৱতহে এনেধৰণৰ ভূ-আন্দোলন সৃষ্টি হ'ব পাবে। এবিধ হ'ল বিস্তাৰিত বল (tensional force) আৰু আনবিধ হ'ল সংকোচনীয় বল (compressional force)। সংকোচনীয় বল সাধাৰণতে অনুভূমিক হয় আৰু ই পর্বত সৃষ্টিত সহায় কৰে। আনহাতে বিস্তাৰিত বল অনুভূমিক বা উলম্বিক (vertical) হ'ব পাৰে আৰু ই মহাদেশ আৰু চ্যুতি সৃষ্টিত সহায় কৰে।  বাহ্যিক প্রক্রিয়া সমূহে বায়ুমণ্ডলৰ পৰা শক্তি আহৰণ কৰে। বায়ুমণ্ডলৰ শক্তি আকৌ সৌরশক্তি (প্রধানকৈ সূর্য) আৰু বিরর্তনিক শক্তিব জড়িয়তে সৃষ্ট ভূমিৰ ঢালৰ (gradient) দ্বাৰা নিদ্ধাবিত হয়।  মধ্যাকর্ষণ শক্তিৰ প্রভাৱত ভূ-পৃষ্ঠৰ ঢালযুক্ত ঠাইসমূহৰ পৰা পদার্থ ক্রমান্বয়ে তললৈ গতি কবে। ভূ-পৃষ্ঠৰ প্রতিটো আঞ্চলিক গোটত (Unit area) প্রয়োগ কৰা বল বা শক্তিক পীড়ন (stress) বোলা হয়। কঠিন পদার্থত পীড়ন সৃষ্টি হয় টনাটনি (pulling) নাইবা ঠেলা-ঠেলিৰ (pushing) জৰিয়তে। ভূ-পৃষ্ঠৰ প্ৰতি একক গোটত প্রয়োগ কৰা বলক পীড়ন বোলে। এনে ভূ-পৃষ্ঠীয় গোটত প্রয়োগ হোৱা টনাটনি নাইবা ঠেলাঠেলিৰ ফলত অবয়বসমূহ বিকৃত (deformation) হয়। চাতি, অধোভঙ্গ (syncline), উর্ধভংগ (anticline) আদি ইয়াৰ উদাহৰণ। মধ্যাকর্ষণ শক্তিৰ উপৰিও পৃথিবীৰ পদার্থসমূহ আনরিক চাপৰ (molecular stress) দ্বাৰা প্রভাবান্বিত হয়। আনবিক চাপ বহুতো কাৰকৰ দ্বাৰা সংঘটিত হয় যদিও উষ্ণতাৰ পৰিৱৰ্তন, স্ফটিকীকৰণ আৰু গলন (melting) ইয়াৰ মুখ্য কাৰক। বাসায়নিক প্রক্রিয়াই দানা সমূহত গাঠনি দূর্বল


Make by NASA

বন্ধু অচিন কুমাৰৰ সৈতে চেনীমাই বাইদেউৰ বিয়াৰ প্ৰান্তৰত টাবুৰাম মেমৰিয়েল লাইব্ৰেৰী এণ্ড মিউজিয়ামত এভুমুকি
বন্ধু অচিন কুমাৰৰ সৈতে চেনীমাই বাইদেউৰ বিয়াৰ প্ৰান্তৰত টাবুৰাম মেমৰিয়েল লাইব্ৰেৰী এণ্ড মিউজিয়ামত এভুমুকি

লাল দা,অনুভৱ চাঃচি আৰু বন্ধু অচিন কুমাৰৰ লগত *চেনীমাই* বা'ৰ বিয়াত😍ফটো সৌজন্য চিলাপথাৰ কলেজৰ সহকাৰী অধ্য‍াপক দেৱ মৰাং ছাৰ🌼
লাল দা,অনুভৱ চাঃচি আৰু বন্ধু অচিন কুমাৰৰ লগত *চেনীমাই* বা'ৰ বিয়াত😍ফটো সৌজন্য চিলাপথাৰ কলেজৰ সহকাৰী অধ্য‍াপক দেৱ মৰাং ছাৰ🌼

তপন


তপন পায়েং




মৰান















বামুনগঞাৰ  মৰমৰ
😊


কবি,প্ৰেৰণা জিতেন নৰহ দাৰ সৈতে


পঃৰাগ শালমৰা




শালমৰা গাঁৱৰ আলি আঃয়ে লৃগাঙত
শালমৰা গাঁৱৰ আলি আঃয়ে লৃগাঙত


Gompod Podcast
Gompod Podcast


গাঁৱৰ আলি আঃয়ে লৃগাঙত
গাঁৱৰ আলি আঃয়ে লৃগাঙত

https://karsangtakarassamese.blogspot.com/p/blog-page_11.html?m=1
গাঁৱৰ আলি আঃয়ে লৃগাঙত

Mising Agom Kebang
Mising Agom Kebang


সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগি চাৰৰ পৰা
সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগি চাৰৰ পৰা

https://karsangpedia.blogspot.com/?m=1

সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগি চাৰৰ পৰা

Impact Career Tutorials family


মিচিং সাহিত্য সভাৰ আলোচনী সম্পাদল-দুষ্যন্ত নৰহ ছাৰৰ সৈতে
মিচিং সাহিত্য সভাৰ আলোচনী সম্পাদল-দুষ্যন্ত নৰহ ছাৰৰ সৈতে



টাবুৰাম টাইদ লত্তাত




শালমৰা গাঁৱৰ লৃগাঙত
শালমৰা গাঁৱৰ লৃগাঙত

Bomyerung do:nyi po:lo
শান্তিপুৰ চাবতিত

যুৱলেখক সন্মান ২০২৫ ৰ সাক্ষী হো‍ৱাৰ ক্ষণত
যুৱলেখক সন্মান ২০২৫ ৰ সাক্ষী হো‍ৱাৰ ক্ষণত

কবি হিমাংশু দাস দাৰ সৈতে
কবি হিমাংশু দাস দাৰ সৈতে



কবি হিমাংশু দাস দাৰ সৈতে


বামুন গঞা পঃৰাগত কবি দেৱৰাজ মিলি ছাৰৰ সৈতে
বামুন গঞা পঃৰাগত কবি দেৱৰাজ মিলি ছাৰৰ সৈতে


.


https://karsangtakarassamese.blogspot.com/2026/03/%20%20%20%20%20%20%20.html


চাংঘৰ কেৱল এক পৰম্পৰাগত বাসস্থান নহয়, ই হ’ল প্ৰকৃতিৰ সৈতে মানুহৰ সহাৱস্থানৰ এক নিখুঁত বৈজ্ঞানিক নিদৰ্শন। বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজত (যেনে মিচিং, কাৰ্বি আদি) প্ৰচলিত এই স্থাপত্য শৈলী কেনেকৈ বহনক্ষম (Sustainable), তাক তলৰ পইণ্টসমূহৰ জৰিয়তে বিশদভাৱে বুজিব পাৰি:


মৰান সাহিত্য সভা

আই.টি. চেল-এ (IT Cell) সঁচাক মিছা আৰু মিছাক সঁচা সজাব পাৰে; আমি কেৱল তাৰ দৰ্শক হৈ ৰৈ গৈছোঁ।

Post a Comment

0 Comments

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Post a Comment (0)